New Update
/asomiyapratidin/media/media_files/2026/02/04/51-2026-02-04-21-59-45.jpg)
- হাজোৰ কৈৱৰ্ত্তটোলত ডেৰ মহীয়া শিশুৰ ৰহস্যজনক মৃত্যু।
- হাজোৰ চকামতলি উপ স্বাস্থ্য কেন্দ্ৰত প্ৰতিষেধক গ্ৰহণৰ পিছতেই কৰুণ মৃত্যু শিশুটিৰ।
- মৃত্যু হোৱা শিশুটিৰ নাম প্ৰীয়াঞ্চি দাস।
- বিবেক দাস আৰু ৰিংকি দাসৰ কন্যা সন্তানক আজি দিয়া হৈছিল প্ৰতিষেধক।
- প্ৰতিষেধক লোৱাৰ পিছতেই অসুস্থ হৈ পৰিছিল কন্যা সন্তানটি।
- পিছত ততালিকে হাজো FRU ত ভৰ্তি কৰাই যদিও কন্যা সন্তানটি মৃত ঘোষণা কৰে।
- দৰিদ্ৰতাই কোঙা কৰা এই দুৰ্ভগীয়া পৰিয়ালটোৰ এনে এক হৃদয় বিদাৰক ঘটনাই সকলোকে চকু সেমেকাই তুলিছে।
- আনহাতে সমগ্ৰ ঘটনাৰ এক উচ্চ পৰ্য্যায়ৰ তদন্ত দাবী উত্থাপন কৰিছে অঞ্চলটোৰ সচেতন মহলৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us