/asomiyapratidin/media/media_files/2025/12/25/new-ap-web-11-11-24-new-2-2025-12-25-16-59-48.jpg)
ডিজিটেল ডেস্কঃ আজি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী,ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ ওপজা দিন। প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ দিনটোত দেশে পালন কৰি আহিছে "সুশাষন দিৱস" হিচাপে।
/asomiyapratidin/media/post_attachments/b722984b-d21.png)
উল্লেখ্য যে, কামৰূপৰ কনিহাৰ তৰুণ সংঘত ৰঙিয়া বিধান সভা সমষ্টিৰ নেতা-কৰ্মীয়ে উদযাপন কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ ওপজা দিন। ওপজা দিনৰ কাৰ্য্যসূচীত প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীয়ে দেশৰ বাবে কৰি থৈ যোৱা বিভিন্ন কাম আৰু ত্যাগৰ বিষয়ে সোঁৱৰিলে সকলোৱে।
এই বিশেষ কাৰ্য্যসূচীত উপস্থিত থাকে ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাৰ লগতে কেইবাগৰাকীও নেতা-কৰ্মী।
/asomiyapratidin/media/post_attachments/45979f84-b93.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us