মুখ্য-পৃষ্ঠা অসম হাইলাকান্দি জিলা কংগ্ৰেছৰ নতুন সভাপতি... হাইলাকান্দি জিলা কংগ্ৰেছৰ নতুন সভাপতি নিযুক্তি। আনম উদ্দিন লস্কৰক হাইলাকান্দি কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি। হাইকামাণ্ডে এক নিৰ্দেশনাযোগে কৰে এই ঘোষণা। Asomiya Pratidin 06 Oct 2025 22:28 IST Follow UsNew Updateহাইলাকান্দি জিলা কংগ্ৰেছৰ নতুন সভাপতি নিযুক্তি।আনম উদ্দিন লস্কৰক হাইলাকান্দি কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি।হাইকামাণ্ডে এক নিৰ্দেশনাযোগে কৰে এই ঘোষণা।৬অক্টোবৰ, ২০২৫ৰ পৰা প্ৰযোজ্য হোৱাকৈ জিলা সভাপতিৰ দায়িত্ব অৰ্পণ লস্কৰক। কংগ্ৰেছআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক