গুৱাহাটীৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত।
সেনাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৩ আই পি এছ বিষয়াক বিশেষ দায়িত্ব।
এ পি তিৱাৰী, এছ এন সিং আৰু এল আৰ বিষ্ণয়ক দায়িত্ব দিয়া হৈছে।
চচলতো শ শ প্ৰতিবাদকাৰী সমবেত।
চত্ৰভংগ দিয়াবলৈ আৰক্ষীৰ গুলীবৰ্ষণ।
ডিব্ৰুগড়ত ৰেল ষ্টেচনৰ লগতে জ্বলাই দিছে এখন অগ্নি নিবাপকৰ গাড়ী।
গুৱাহাটীৰ লালুং গাঁৱত আৰক্ষীৰ গুলীত আহত ৪ জন লোক।
জি পি সিঙক আইন শৃংখলা দায়িত্ব জ্ঞাপন।