New Update
/asomiyapratidin/media/media_files/2026/02/03/yrertewrdw-2026-02-03-08-42-23.jpg)
- নিশা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা
- নিয়ন্ত্রণ হেৰুৱাই ডিভাইদাৰত খুন্দা এখন অল্ট’ বাহনৰ
- দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী যুৱতী
- মৃত যুৱতীগৰাকী ফটাশিল আমবাৰীৰ নিহা দাস বুলি চিনাক্ত
- বাহনখনত যুৱতীগৰাকীকে ধৰি আছিল ৪গৰাকী লোক
- দুৰ্ঘটনাৰ পাছতে দুজন যুৱকৰ ঘটনাস্থলীৰ পৰা পলায়ন
- ভাৰাতীয়া অল্ট’খনৰ চালকজনক আটক কৰে পাণবজাৰ আৰক্ষীয়ে
- অল্ট’খনৰ চালক সুৰাসক্ত অৱস্থাত থকা বুলি জানিব পৰা গৈছে
- আজি GMCHত মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ’ব নিহা দাসৰ
- ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ ছাত্রী আছিল নিহা দাস
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us