New Update
/asomiyapratidin/media/media_files/2025/08/15/cxzcxcz-2025-08-15-19-27-41.jpg)
- অতীত হ’ব গুৱাহাটী যান-বাহন আৰক্ষীৰ আকাশী ৰঙৰ পোছাক
- গুৱাহাটী যান-বাহন আৰক্ষীয়ে আকৌ পৰিধান কৰিব লাগিব বগা ইউনিফৰ্ম
- স্বাধীনতা দিৱসৰ দিনাই এই নিৰ্দেশনা ট্রেফিক DCPৰ
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/15/traffic-2025-08-15-19-47-50.webp)
- শনিবাৰৰ পৰা বগা সাজ পৰিধান কৰিব গুৱাহাটীৰ যান-বাহন আৰক্ষীয়ে
- বিভিন্নজনৰ সৈতে কৰা আলোচনাৰ অন্তত এই সিদ্ধান্ত
- বিভিন্ন সংস্থা, পথ সুৰক্ষা বিশেষজ্ঞ, ৰাইজৰ পৰামৰ্শৰ মতে এই সিদ্ধান্ত
- বগা পোছাকৰ সপক্ষে মত ব্যক্ত কৰিছিল আৰক্ষীয়েও
- অসম আৰক্ষীৰ ইতিহাসৰ সৈতেও জড়িত ট্রেফিক আৰক্ষীৰ বগা পোছাক
- ৰাজপথত বগা ইউনিফৰ্ম অধিক দৃশ্যমান, সুৰক্ষিত, সুবিধাজনক বুলি বিবেচনা
- যান-বাহন আৰক্ষীৰ আকাশী ৰঙৰ পোছাকক লৈ বিভিন্ন সময়ত সৃষ্টি হৈছিল বিভ্ৰান্তিৰ
- একাংশ ব্যক্তিগত প্ৰতিস্থানৰ চিকিউৰিটি গাৰ্ডৰ পোচাকৰ সৈতে আংশিক মিল আছিল এই ইউনিফৰ্মৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us