গুৱাহাটীৰ দুটা SBIশাখাৰ ১৫গৰাকীৰো অধিক কৰ্মচাৰীৰ দেহত কোৰোনা…

গুৱাহাটীৰ দুটা SBIশাখাৰ ১৫গৰাকীৰো অধিক কৰ্মচাৰীৰ দেহত কোৰোনা…
  • গুৱাহাটীত অতিপাত ভাৱে বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ।
  • শেহতীয়াকৈ মহানগৰীৰৰ দুটা এছ বি আই শাখাত বহুকেইজন কৰ্মচাৰীৰ দেহত কোৰোনাৰ অৱস্থিতি।
  • লখৰা এছ বি আই আৰু ফাচীঁবজাৰ চেক প্ৰচেচিং শাখাত ১৫-১৯গৰাকী কৰ্মচাৰীৰ দেহত কোৰোনা।
  • শাখাদুটাৰ সকলো কৰ্মচাৰীকে কৰা হৈছে কোৱাৰেন্টাইন।
  • ইতিমধ্যে প্ৰশাসনৰলোকে ছীল কৰিছে কাৰ্যালয় দুটা।
  • প্ৰতিৰোধমূলক সকলো ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ লোকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in