Published on:
Updated on:
- গুৱাহাটী ৰে'লৱে ষ্টেচনত বৃহৎ পৰিমানৰ সোণ জব্দ।
- নিয়মীয়া তালাচীত ৮টা সোণৰ বাৰ জব্দ কৰা হৈছে।
- সোণখিনিৰ ওজন প্ৰায় ৩ কেজি ২০০ গ্ৰাম।
- জব্দ হোৱা সোণখিনিৰ মূল্য ১ কোটি ২৮ লাখ টকা ৷
- সোণ সৰবৰাহকাৰৰ অপৰাধত মিজোৰামৰ সুনাই মগ নামৰ এজনক গ্ৰেপ্তাৰ।
- দিল্লীলৈ ৰাজধানী এক্সপ্ৰেছেৰে নিয়াৰ উদ্যেশে গুৱাহাটী ষ্টেচনলৈ আনিছিল সোনখিনি৷
- লেপটপৰ বেটেৰী আৰু ট্ৰলি বেগৰ হেণ্ডেলত ভৰাই লুকুৱাই আনিছিল সোণখিনি৷
Code:
Asomiya Pratidin
www.asomiyapratidin.in