চলি আছে গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচনৰ ভোটগণনা! কোন কিমান ভোটত আগবাঢ়ি আছে...

চলি আছে গুৱাহাটী প্ৰেছ ক্লাৱ নিৰ্বাচনৰ ভোটগণনা। ইতিমধ্যে আৰম্ভ হৈছে দ্বিতীয় ৰাউণ্ডৰ ভোটগণনা। প্ৰথম ৰাউণ্ডৰ শেষত ফলাফল সমূহ এনেধৰণৰ- চলি আছে গুৱাহাটী প্ৰেছ ক্লাৱ

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল ডেস্কঃ চলি আছে গুৱাহাটী প্ৰেছ ক্লাৱ নিৰ্বাচনৰ ভোটগণনা। ইতিমধ্যে আৰম্ভ হৈছে দ্বিতীয় ৰাউণ্ডৰ ভোটগণনা। প্ৰথম ৰাউণ্ডৰ শেষত ফলাফল সমূহ এনেধৰণৰ- 

  • সভাপতি
    খগেন কলিতা 119
    ভুবন চেতিয়া 52
  • সাধাৰণ সম্পাদক
    অমৰেন্দ্ৰ  ডেকা 69
    অপূৰ্ব কাৰ্জি 49
    জোনজ্যোতি  দত্তবৰা 5
    প্ৰাঞ্জল বৰুৱা 47
  • সহকাৰী সম্পাদক
    শ্বাহ আলম 118
    কে জামান চৌধুৰী 39
  • সহকাৰী সম্পাদক(সংৰক্ষিত)
    পদ্মিনী হাজৰিকা 100
    ৰশ্মিৰেখা শইকীয়া 68
  • কোষাধ্যক্ষ
    ৰণ্টু নেওগ 40
    হীৰকজ্যোতি টাইড 80
    কনক শইকীয়া 44
  • সাংগঠনিক সম্পাদক
    দীপাংকৰ কলিতা 83
    হেমন্ত শৰ্মা 19
    নয়নজ্যোতি ভূঞা 65
  • সাংস্কৃতিক সম্পাদক
    সমীৰণ বৰঠাকুৰ 89
    মনোজ দুৱৰা 79
  • ক্ৰীড়া সম্পাদক
    দীপাংকৰ দাস 104
    পীতাম্বৰ নেৱাৰ 57
গুৱাহাটী প্ৰেছ ক্লাব