/asomiyapratidin/media/media_files/2025/10/22/ujjjdd-2025-10-22-12-48-14.jpg)
ডিজিটেল ডেস্কঃ চলি আছে গুৱাহাটী প্ৰেছ ক্লাৱ নিৰ্বাচনৰ ভোটগণনা। ইতিমধ্যে আৰম্ভ হৈছে তৃতীয় ৰাউণ্ডৰ ভোটগণনা। দ্বিতীয় ৰাউণ্ডৰ শেষত ফলাফল সমূহ এনেধৰণৰ-
সভাপতি
খগেন কলিতা -197
ভুবন চেতিয়া -104
সাধাৰণ সম্পাদক
অমৰেন্দ্ৰ ডেকা -117
অপূৰ্ব কাৰ্জি -78
জোনজ্যোতি দত্তবৰা- 16
প্ৰাঞ্জল বৰুৱা- 95
সহকাৰী সম্পাদক
শ্বাহ আলম -215
কে জামান চৌধুৰী- 70
সহকাৰী সম্পাদক(সংৰক্ষিত)
পদ্মিনী হাজৰিকা- 170
ৰশ্মিৰেখা শইকীয়া -127
কোষাধ্যক্ষ
ৰণ্টু নেওগ- 72
হীৰকজ্যোতি টাইড -147
কনক শইকীয়া -78
সাংগঠনিক সম্পাদক
দীপাংকৰ কলিতা -147
হেমন্ত শৰ্মা- 39
নয়নজ্যোতি ভূঞা- 113
সাংস্কৃতিক সম্পাদক
সমীৰণ বৰঠাকুৰ -136
মনোজ দুৱৰা -135
ক্ৰীড়া সম্পাদক
দীপাংকৰ দাস -179
পীতাম্বৰ নেৱাৰ -112