ব্রহ্মপুত্রৰ নিৰ্মীয়মাণ দলঙত সন্ধানহীন শ্রমিকৰ মৃতদেহ উদ্ধাৰ

ব্রহ্মপুত্রৰ নিৰ্মীয়মাণ দলঙত সন্ধানহীন শ্রমিকৰ মৃতদেহ উদ্ধাৰ। SDRF আৰু অগ্নিনিৰ্বাপক বাহিনীৰ যৌথ অভিযানত উদ্ধাৰ মৃতদেহটো। মঙলবাৰে পানী যুৱলিত পৰি সন্ধানহীন হৈ আছিল বিনোদ যাদৱ নামৰ শ্রমিকজন

author-image
Asomiya Pratidin
New Update
vcvcvc
  • ব্রহ্মপুত্রৰ নিৰ্মীয়মাণ দলঙত সন্ধানহীন শ্রমিকৰ মৃতদেহ উদ্ধাৰ
  • SDRF আৰু অগ্নিনিৰ্বাপক বাহিনীৰ যৌথ অভিযানত উদ্ধাৰ মৃতদেহটো
  • মঙলবাৰে পানী যুৱলিত পৰি সন্ধানহীন হৈ আছিল বিনোদ যাদৱ নামৰ শ্রমিকজন
  • নিৰ্মাণকাৰী সংস্থা এছ পি ছিংলা কনষ্ট্রাকছনৰ ক্ৰেন অ’পাৰেটৰ আছিল বিনোদ যাদৱ
  • মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ
  • ঘটনাস্থলীত বিনোদ যাদৱৰ সৈতে থকা এন্টনী নামৰ শ্রমিকজনৰ ভূমিকা সন্দেহজনক
sdrf