" দুদিনৰ ভিতৰতে পুনৰ গুৱাহাটীৰ গণেশপাৰাত সংঘটিত দ্বিতীয়টো অঘটন গণেশপাৰাৰ অভিবক্তাৰ চেম্বাৰত দুৰ্বৃত্তই চলালে লুটপাত অভিবক্তা প্ৰবীণ কুমাৰ কলিতাৰ চেম্বাৰত এই লুটপাতৰ ঘটনা সংঘটিত হয় দেবেশ্বৰ শ্বৰ্গীয়াৰী পথত সংঘটিত হৈছে এই ঘটনা "