New Update
/asomiyapratidin/media/media_files/2025/10/29/vdfd-2025-10-29-17-19-14.jpg)
- APSC কেলেংকাৰী প্রসংগক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জাননী
- ন্যায়িক আয়োগৰ প্রতিবেদন কাৰ্যকৰী নোহোৱাক লৈ জাননী ন্যায়ালয়ৰ
- আয়োগৰ পৰামৰ্শৰ পিছতো ২০১৩ বৰ্ষৰ সকলো নিযুক্তি বাতিল হোৱা নাই
- সেই সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ জাননী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
- চৰকাৰে ব্যৱস্থা নোলোৱা কেইবাগৰাকী প্রাৰ্থীলৈও জাননী ন্যায়ালয়ৰ
- একাংশ সুৰক্ষিত প্রাৰ্থীলৈও জাননী উচ্চ ন্যায়ালয়ৰ
- ACS ত্রিদীপ ৰয়, নন্দিতা হাজৰিকা, জগদীশ ব্রহ্ম, বিক্রমাদিত্য বৰালৈ জাননী
- APS নৱনিতা শৰ্মা, অসীমা কলিতা, ৰিতুৰাজ দলে, অমৃতৰাজ চৌধুৰীলৈও জাননী
- এইসকল প্রাৰ্থীয়ে বৰ্তমানেও গুৰুত্বপূৰ্ণ পদত অধীস্থত হৈ আছে
- এইসকল প্রাৰ্থীয়ে ঠগ–প্রৱঞ্চনাৰে চাকৰি লোৱাৰ কথা উল্লেখ বিপ্লৱ কুমাৰ শৰ্মা আয়োগত
- তাৰ পাছতো চৰকাৰে ব্যৱস্থা লোৱা নাই প্রাৰ্থীসকলৰ বিৰুদ্ধে
- ফাইট এগেইনষ্ট জাষ্টিছ অৱ APSCৰ মানস প্রতিম বৰুৱাই তৰিছিল গোচৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us