Published on:
Updated on:
- গুৱাহাটীত বনৰীয়া গাহৰিৰ আক্ৰমণত আহত হোৱা এজন লোকৰ মৃত্যু।
- চিকিৎসালয়ত মৃত্যু হোৱা লোকজন হল সৰ্থেবাৰীৰ বেলবাৰীৰ মখলেশ আলী (৫৪)।
- পুৰাতত্ব বিভাগৰ চকীদাৰ আছিল মকলেশ।
- আলীৰ মৃত্যুত বেলবাৰীত শোকৰ ছাঁ।
- উল্লেখ্য যে, গুৱাহাটীৰ প্ৰেছ ক্লাৱত অজানিতে বনৰীয়া গাহৰিয়ে আক্ৰমণ কৰিছিল মকলেশক।
Code:
Asomiya Pratidin
www.asomiyapratidin.in