মহানগৰীৰ এবিচিস্থিত SOHUM EMPORIAত বিধ্বংসী অগ্নিকাণ্ড

অট্টালিকাৰ ছয়টাকৈ মহলা ভস্মীভূত হয় অগ্নিকাণ্ডত। বৰ্তমানলৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ। ইপিনে জুইত জাহ যায় কেইবা লক্ষাধিক টকাৰ সামগ্ৰী।

author-image
Asomiya Pratidin
New Update
image (11)

ডিজিটেল ডেস্কঃ নিশা মহানগৰীৰ এবিচিস্থিত Sohum Emporia ত ভয়ংকৰ অগ্নিকাণ্ড।৬ টাকৈ মহলাত জুই লাগি ভয়ংকৰ পৰিস্থিতি।ইপিনে, নিশা ১২ বজাত জুই সূত্ৰপাত হোৱাৰ সন্দেহ। 

উল্লেখ্য যে, অট্টালিকাৰ ছয়টাকৈ মহলা ভস্মীভূত হয় অগ্নিকাণ্ডত। বৰ্তমানলৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ। ইপিনে জুইত জাহ যায় কেইবা লক্ষাধিক টকাৰ সামগ্ৰী। অট্টালিকাটোত আছে ভাৰতীয়ে ষ্টেট বেংকৰ কেইবাটাও শাখা।জুইত ভস্মীভূত SBIৰ কোটি-কোটি টকাৰ সামগ্ৰী। প্ৰায় ১৫খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে নিৰ্বাপন কৰে জুই।আনফালে ৬ঘণ্টাৰ অন্তত এই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। 

গুৱাহাটা