New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/hooooooooooooo.jpg)
- মহানগৰীৰ নৱগ্ৰহত বিধ্বংসী অগ্নিকাণ্ড।
- নতুন নগৰত সংঘটিত হৈছে এই অগ্নিকাণ্ড।
- কেইবাটাও ভাড়াঘৰ জুঁইত জাহ গৈছে।
- এতিয়ালৈকে ঘটনাস্থলীলৈকে যাব পৰা নাই অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী।
- পথৰ দুৰৱস্থাৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীলৈকে যাব পৰা নাই।
- বিকল্প পন্থাৰে জুই নিৰ্বাপিত কৰাৰ চেষ্টা।