পুৱাৰে পৰা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ ‘গণ অনশন’…

পুৱাৰে পৰা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ ‘গণ অনশন’…
  • সংশোধিত নাগৰিকত্ব আইনক লৈ উচ্চতম ন্যায়ালয়ত আৰম্ভ শুনানি প্ৰক্ৰিয়া।
  • শুনানি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সমান্তৰালভাৱে আৰম্ভ হৈছে প্ৰতিবাদী কাৰ্যসূচী।
  • কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে পুৱা ১০ বজাৰে পৰা গণ অনশন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে।
  • পুৱা ১০ বজাৰে পৰা বিয়লি ৫ বজালৈ গ্ৰহণ কৰা হৈছে এই কাৰ্যসূচী।
  • বিশ্ববিদ্যালয়ৰ যথেষ্ট সংখ্যক শিক্ষাৰ্থীয়ে ভাগ লৈছে এই কাৰ্যসূচীত।
  • প্ৰতিবাদস্থলীৰ সমীপতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in