New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/01/EO3IWIHVAAAVF-A.jpg)
- সংশোধিত নাগৰিকত্ব আইনক লৈ উচ্চতম ন্যায়ালয়ত আৰম্ভ শুনানি প্ৰক্ৰিয়া।
- শুনানি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সমান্তৰালভাৱে আৰম্ভ হৈছে প্ৰতিবাদী কাৰ্যসূচী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/EO3IWIJUEAModwG.jpg)
- কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে পুৱা ১০ বজাৰে পৰা গণ অনশন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/EO3IWIHVAAAVF-A.jpg)
- পুৱা ১০ বজাৰে পৰা বিয়লি ৫ বজালৈ গ্ৰহণ কৰা হৈছে এই কাৰ্যসূচী।
- বিশ্ববিদ্যালয়ৰ যথেষ্ট সংখ্যক শিক্ষাৰ্থীয়ে ভাগ লৈছে এই কাৰ্যসূচীত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/EO3IWIHU4AEeh18.jpg)
- প্ৰতিবাদস্থলীৰ সমীপতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা।