গাফিলতিঃ নিৰ্মাণ কৰি থাকোতেই ভাঙি পৰিল ফ্লাই অভাৰ…

গাফিলতিঃ নিৰ্মাণ কৰি থাকোতেই ভাঙি পৰিল ফ্লাই অভাৰ…

author-image
asomiyapratidin
New Update
গাফিলতিঃ নিৰ্মাণ কৰি থাকোতেই ভাঙি পৰিল ফ্লাই অভাৰ…

ডিজিটেল ডেস্কঃ হাৰিয়ানাৰ গুৰুগ্ৰামত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। নিৰ্মীয়মান এখন ফ্লাই অভাৰ ভাঙি পৰাৰ ফলত ৩গৰাকী শ্ৰমিক গুৰুতৰভাৱে আহত হৈছে। উল্লেখ্য যে, নিৰ্মীয়মান দলংখন ভাঙি পৰাৰ পাছতে জিলা প্ৰশাসনে দলংখন নিৰ্মাণ কৰি থকা প্ৰতিষ্ঠানটোক কাৰন দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে। উল্লেখ্য যে, আহত শ্ৰমিককেইজনৰ অৱস্থা সংকটজনক।