/asomiyapratidin/media/media_files/2025/12/12/2-2025-12-12-17-03-59.jpg)
ডিজিটেল ডেস্কঃ ধুবুৰীৰ গৌৰীপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতি প্ৰসাদ দাসক ৰিজাৰ্ভ ক্ল'জ ।দেশী জনগোষ্ঠীয় নিৰ্দোষী লোকক হাৰাশাস্তি দি দোষীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ বিষয়াগৰাকীৰ বিৰুদ্ধে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/12/28b87fe6-53f4-47b9-b73b-8581073d5e95-2025-12-12-17-06-42.jpeg)
উল্লেখ্য যে, পূৰ্বতেও তামাৰহাট থানাত কৰ্তব্যৰত অৱস্থাত থাকোতে দোষীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপিত হৈছিল বিষয়াগৰাকীৰ বিৰুদ্ধে। ধুবুৰী জিলা দেশী জনগোষ্ঠী মঞ্চ, অসম দেশী যুৱ ছাত্ৰ মঞ্চ, অসমৰ ধুবুৰী জিলা সমিতিয়ে সাব্যস্ত কৰিছিল প্ৰতিবাদ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/12/5660d2c0-906e-4fdf-88b8-1963388a89d7-2025-12-12-17-07-43.jpeg)
প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰাৰ পাছতেই তাৎক্ষণিকভাৱে ধুবুৰী জিলা জেষ্ঠ্য আৰক্ষী অধীক্ষকে ৰিজাৰ্ভ ক্ল'জ কৰে বুলি জানিব পৰা গৈছে। ইপিনে প্ৰতিবাদকাৰীয়ে উত্থাপন কৰিছিল পাঁচটাকৈ দাবী।ইয়াৰে এটা তৎকালীনভাৱে কাৰ্যকৰী কৰিলে ধুবুৰী জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষকে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/12/28b87fe6-53f4-47b9-b73b-8581073d5e95-2025-12-12-17-08-03.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us