New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/4142353a-eb67-426f-8219-8a8e901f5869/download.jpg)
AGRANI KHABAR
গোসাঁইগাঁৱৰ শ্রীৰামপুৰত শিমলুটাপু আৰক্ষীৰ অভিযান।
অভিযানত বৃহৎ পৰিমাণৰ নিষিদ্ধ কফ ছিৰাপ জব্দ।
এখন ট্রাকৰ পৰা জব্দ কৰা হৈছে কফ ছিৰাপখিনি।
উত্তৰ প্রদেশৰ পৰা গুৱাহাটী অভিমুখী আছিল ট্রাকখন।
ঘটনা সন্দৰ্ভত দুজনক আটক কৰিছে আৰক্ষীয়ে।
আটকাধীন লোক দুজন ক্ৰমে দীনেশ কুমাৰ আৰু গৌতম কুমাৰ।