বাজেটৰ ভাল খবৰঃ কাপোৰ, জোতাৰ দাম কমিব! হ্ৰাস পাব কৰ্কট ৰোগৰ ১৭বিধ ঔষধৰ দাম...

উত্তৰ পূবৰ মঠ-মন্দিৰ সমূহ সংৰক্ষণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হ'ব। নতুন আয়কৰ নিয়ম ১ এপ্ৰিল, ২০২৬ৰ পৰা প্ৰযোজ্য হ'ব দেশত। দুৰ্ঘটনাজনিত ক্ষতিপূৰণৰ ধনৰাশি কৰশূণ্য কৰাৰ কথা ঘোষণা বাজেটত।  বিদেশ যাত্ৰাৰ বাবে লোৱা কৰ ৫শতাংশলৈ হ্ৰাস কৰাৰ কথাও ঘোষণা বাজেটত।

author-image
Asomiya Pratidin
New Update
b1bd066c-c0d8-49b9-b9a2-9ee4608b2fda (1)
  • উত্তৰ পূবৰ মঠ-মন্দিৰ সমূহ সংৰক্ষণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হ'ব।
  • নতুন আয়কৰ নিয়ম ১ এপ্ৰিল, ২০২৬ৰ পৰা প্ৰযোজ্য হ'ব দেশত।
  • দুৰ্ঘটনাজনিত ক্ষতিপূৰণৰ ধনৰাশি কৰশূণ্য কৰাৰ কথা ঘোষণা বাজেটত। 
  • বিদেশ যাত্ৰাৰ বাবে লোৱা কৰ ৫শতাংশলৈ হ্ৰাস কৰাৰ কথাও ঘোষণা বাজেটত।
  • বিদেশী কোম্পানীয়ে ভাৰতত ডাটা চেণ্টাৰ নিৰ্মাণ কৰিলে ২০৪৭চনৰ লৈ কৰ শূণ্য সুবিধা প্ৰদান কৰিব ভাৰত চৰকাৰে।
  • সৌৰশক্তিৰ সামগ্ৰীৰ দাম হ্ৰাস পাব। চামৰাৰ সামগ্ৰী আৰু কাপোৰৰ দামো হ্ৰাস পাব। 
  • বেটেৰী, মাইক্ৰৱেভ অভেনৰ লগতে কৰ্কট ৰোগৰ ১৭বিধ ঔষধৰ দাম হ্ৰাস পাব। 
  • ৭টা দুৰাৰোগ্য ৰোগৰ ঔষধৰ দামো হ্ৰাস কৰাৰ ঘোষণা কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ। 
বাজেট