/asomiyapratidin/media/media_files/2025/12/17/whatsapp-image-2025-12-17-21-08-44.jpeg)
ডিজিটেল সংবাদ, ধেমাজিঃ গাহৰি মাংস খাই ভালপোৱা সকলৰ বাবে সুখবৰ। শীঘ্ৰে বাতিল হ’ব গাহৰি বিক্ৰীৰ ওপৰত থকা চৰকাৰী নিষেধাজ্ঞা ৷
শেহতীয়াকৈ গাহৰি বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা থকা সাতখন জিলাত গাহৰিৰ দেহত ধৰা পৰা নাই আফ্ৰিকান ছোৱাইন ফ্লু ৰোগ ৷বৃহস্পতিবাৰে গাহৰি বিক্ৰীৰ নিষেধাজ্ঞা বাতিলৰ সম্পৰ্কত চৰকাৰে ল’ব সিদ্ধান্ত ৷ বুধবাৰে ধেমাজিৰ এখন পৰ্যালোচনা সভাত অংশ লোৱাৰ পিছত সাংবাদিকৰ সন্মুখত মন্তব্য পশুপালন মন্ত্ৰী কৃষ্ণেন্দু পালৰ ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/17/whatsapp-image-2025-12-17-21-07-41.jpeg)
আনহাতে ছোৱাইন ফ্লুৰ দ্বাৰা ক্ষতিগ্ৰস্ত গাহৰি পালকক পৰ্যায়ক্ৰমে ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা মন্ত্ৰীগৰাকীৰ। ক্ষতিপূৰণৰ ৫০ % কেন্দ্ৰীয় চৰকাৰে দিয়াৰ বিপৰীতে বাকী দিব ৫০ % ৰাজ্য চৰকাৰে। ইতিমধ্যে ছোৱাইন ফ্লুৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা গাহৰি পালকে একাউন্ট যোগে লাভ কৰিব বুলে মন্তব্য মন্ত্ৰীগৰাকীয়ে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us