/asomiyapratidin/media/media_files/2026/02/12/rgtte4redw-2026-02-12-11-33-48.jpg)
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে ঘৰুৱা বজাৰত সোণ আৰু ৰূপৰ মূল্য সামান্য হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে। গুৱাহাটীত বুধবাৰৰ তুলনাত আজিৰ দিনটোত সোণৰ দামত সামান্য তাৰতম্য দেখিবলৈ পোৱা গৈছে। গুৱাহাটীত প্ৰতি গ্ৰাম ২৪ কেৰেট সোণৰ মূল্যত ১২০ টকা কমাৰ লগতে ২২ কেৰেট সোণত ১১০ টকা হ্ৰাস পাইছে। একেদৰে প্ৰতি গ্ৰাম ১৮ কেৰেট সোণত ৯০ টকা হ্ৰাস পাইছে বুলি জানিব পৰা গৈছে।
গুৱাহাটীত সোণৰ দাম (প্ৰতি ১০ গ্ৰাম)
২৪ কেৰেট - ১,৫৮,৪০০ টকা
২২ কেৰেট - ১,৪৫,২০০ টকা
১৮ কেৰেট - ১,১৮,৮০০ টকা
দিল্লীত সোণৰ দাম (প্ৰতি ১০ গ্ৰাম)
২৪ কেৰেট - ১,৫৮,৫৫০ টকা
২২ কেৰেট - ১,৪৫,৩৫০ টকা
১৮ কেৰেট - ১,১৮,৯৫০ টকা
মুম্বাইত সোণৰ দাম (প্ৰতি ১০ গ্ৰাম)
২৪ কেৰেট - ১,৫৮,৪০০ টকা
২২ কেৰেট - ১,৪৫,২০০ টকা
১৮ কেৰেট - ১,১৮,৮০০ টকা
চেন্নাইত সোণৰ হাৰ (প্ৰতি ১০ গ্ৰাম)
২৪ কেৰেট - ১,৫৯,২৮০ টকা
২২ কেৰেট - ১,৪৬,০০০ টকা
১৮ কেৰেট - ১,২৬,০০০ টকা
কলকাতাত সোণৰ দাম (প্ৰতি ১০ গ্ৰাম)
২৪ কেৰেট - ১,৫৮,৪০০ টকা
২২ কেৰেট - ১,৪৫,২০০ টকা
১৮ কেৰেট - ১,১৮,৮০০ টকা
আহমেদাবাদত সোণৰ দাম (প্ৰতি ১০ গ্ৰাম)
২৪ কেৰেট - ১,৫৮,৪৫০ টকা
২২ কেৰেট - ১,৪৫,২৫০ টকা
১৮ কেৰেট - ১,১৮,৮৫০ টকা
লক্ষ্ণৌত সোণৰ দাম (প্ৰতি ১০ গ্ৰাম)
২৪ কেৰেট - ১,৫৮,৫৫০ টকা
২২ কেৰেট - ১,৪৫,৩৫০ টকা
১৮ কেৰেট - ১,১৮,৯৫০ টকা
পাটনাত সোণৰ দাম (প্ৰতি ১০ গ্ৰাম)
২৪ কেৰেট - ১,৫৮,৪৫০ টকা
২২ কেৰেট - ১,৪৫,২৫০ টকা
১৮ কেৰেট - ১,১৮,৮৫০ টকা
হায়দৰাবাদত সোণৰ দাম (প্ৰতি ১০ গ্ৰাম)
২৪ কেৰেট - ১,৫৮,৪০০ টকা
২২ কেৰেট - ১,৪৫,২০০ টকা
১৮ কেৰেট - ১,১৮,৮০০ টকা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us