থাইলেণ্ডত আত্মগোপন Birchৰ স্বত্বাধিকাৰী লুথৰা ব্ৰাদাৰ্ছ

গোৱাৰ নাইট ক্লাৱত যি ঘটনা সংঘটিত সেই ঘটনাৰ লগত জড়িত ৫ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ইপিনে এই ঘটনাৰ  পাছতে দুয়োজনৰ বিৰুদ্ধে আৰক্ষীয়ে জাৰি কৰিছে লুকাউট ন'টিচ।

author-image
Asomiya Pratidin
New Update
new ap web 6 (6)

ডিজিটেল ডেস্কঃ  গোৱাৰ নৈশ পাৰ্টীৰ ভয়ংকৰ অগ্নিকাণ্ডৰ পাছতে বিদেশলৈ পলাল ক্লাৱৰ স্বত্বাধিকাৰী। দেওবাৰে ইণ্ডিগ'ৰ বিমানেৰে ফুকেটলৈ পলায়ন উদ্যোগী সৌৰভ আৰু গৌৰৱ লুথ্ৰাৰ। থাইলেণ্ডত আত্মগোপন Birchৰ স্বত্বাধিকাৰী লুথৰা ব্ৰাদাৰ্ছ।

75193621-a559-4950-8900-914a2bc417d3

উল্লেখ্য যে, গোৱাৰ নাইট ক্লাৱত যি ঘটনা সংঘটিত সেই ঘটনাৰ লগত জড়িত ৫ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ইপিনে এই ঘটনাৰ  পাছতে দুয়োজনৰ বিৰুদ্ধে আৰক্ষীয়ে জাৰি কৰিছে লুকাউট ন'টিচ। যদি লুকাউট ন'টিচ জাৰিৰ পাছতো দুই ভাতৃ উপস্থিত নহয় আৰক্ষীৰ ওচৰত তেন্তে কি ব্যৱস্থা গ্ৰহণ কৰিব গোৱা অগ্নিকাণ্ডৰ অন্যতম অভিযুক্তৰ বিৰুদ্ধে সেয়া লক্ষণীয় হ'ব । 

rvbrtv

গোৱা