সূৰ্য উদয়ৰ লগে লগেই জি এম চি এইছত জুবিনৰ মৰণোত্তৰ পৰীক্ষা...

জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে সাজু হৈছে চিকিৎসকৰ দল। জি এম চি এইছত সম্পন্ন হ’ব মৰণোত্তৰ পৰীক্ষা।মৰণোত্তৰ পৰীক্ষাৰ বাবে গঠন কৰা হৈছে বিশেষ চিকিৎসকৰ গোট। 

author-image
Asomiya Pratidin
New Update
সূৰ্য উদয়ৰ লগে লগেই জি এম চি এইছত জুবিনৰ মৰণোত্তৰ পৰীক্ষা...
  • জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে সাজু হৈছে চিকিৎসকৰ দল।
  • গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত সম্পন্ন হ’ব মৰণোত্তৰ পৰীক্ষা।
  • মৰণোত্তৰ পৰীক্ষাৰ বাবে গঠন কৰা হৈছে বিশেষ চিকিৎসকৰ গোট। 
  • আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় আৰু প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ চিকিৎসক। 
  • আহিছে এইমছৰো বিশেষজ্ঞ।
  • মুঠ চাৰিজন চিকিৎসকে কৰিব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা।
  • উপস্থিত আছে ৰাজ্য তথা জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া। 
  • উপস্থিত আছে অসম আৰক্ষীৰো শীৰ্ষ বিষয়া। 
  • স্বাস্থ্য বিভাগৰ উচ্চ পদস্থ বিষয়া উপস্থিত আছে জি এম চি এইছত। 
  • সূৰ্য উদয় হোৱাৰ লগে লগেই আৰম্ভ হ’ব মৰণোত্তৰ পৰীক্ষা। 
জুবিন গাৰ্গ