/asomiyapratidin/media/media_files/2025/12/25/whatsapp-image-2025-12-25-22-35-07.jpeg)
ডিজিটেল ডেস্কঃ আৰু কিমান ভূল কৰিব সাংসদ গৌৰৱ গগৈয়ে । সামাজিক মাধ্যমত যি পোষ্টতেই নিদিয়ক কিয় ভূল কৰাটো তেওঁৰ বাবে স্বাভাৱিক হৈ পৰিছে।
উল্লেখ্য যে, এইবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে ভাৰতীয় ৰাজনীতিৰ মহীৰূহস্বৰূপ অটল বিহাৰী বাজপেয়ীৰ জন্মজয়ন্তীত শ্ৰদ্ধাঞ্জলি জনাবলৈ গৈ পুনৰ এক মাৰাত্মক ভূল কৰা পৰিলক্ষিত হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/25/whatsapp-image-2-2025-12-25-22-36-37.jpeg)
জন্মজয়ন্তীৰ দিনটোক পুণ্যতিথি বুলি অভিহিত কৰি সংসাদগৰাকীৰ পিআৰ টীমে যে ভালকৈ গুৰুত্ব নিদিয়ে কথা তাকে প্ৰমাণ কৰিলে। লগতে সাংসদ গৌৰৱ গগৈয়েও যে নিজেও সচেতন নহয় তাকেই বাৰে বাৰে প্ৰমাণ কৰি দেখুৱাইছে। অটল বিহাৰী বাজপেয়ীৰ দৰে মহান নেতা এগৰাকীক স্মৰণ কৰিবলৈ গৈ এনে দৃষ্টিকটু ভূল কৰাটো সঁচাকৈয়ে লজ্জাজনক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us