জুবিনে ন্যায় নাপালে চৰকাৰ, জনসাধাৰণ সকলোৰে বিফলতা হ'বঃ গৰিমা শইকীয়া গাৰ্গ

প্রকৃত দোষীক চিনাক্ত কৰি উচিত শাস্তি প্রদান দাবী গৰিমা গাৰ্গৰ। অভিযুক্তসকলে জুবিন গাৰ্গৰ ন্যায়িক প্রক্রিয়াত দীঘলীয়া কৰাৰ চেষ্টা চলাইছে। 'জুবিনে যদি ন্যায় নাপায়, তেতিয়াহ’লে অসমত কোনে ন্যায় পাব' বুলি মন্তব্য গৰিমা গাৰ্গৰ।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-11 at 8.17.02 PM
  • ন্যায়িক আয়োগত সাক্ষ্য প্রদান কৰিলে গৰিমা শইকীয়া গাৰ্গে
  • দ্বিতীয়বাৰৰ বাবে ন্যায়িক আয়োগত সাক্ষ্য প্রদান গৰিমা শইকীয়া গাৰ্গৰ
  • প্রকৃত দোষীক চিনাক্ত কৰি উচিত শাস্তি প্রদান দাবী গৰিমা গাৰ্গৰ
  • অভিযুক্তসকলে জুবিন গাৰ্গৰ ন্যায়িক প্রক্রিয়াত দীঘলীয়া কৰাৰ চেষ্টা চলাইছে
  • 'জুবিনে যদি ন্যায় নাপায়, তেতিয়াহ’লে অসমত কোনে ন্যায় পাব' বুলি মন্তব্য গৰিমা গাৰ্গৰ
  • 'জুবিন গাৰ্গে ন্যায় নাপালে চৰকাৰ, জনসাধাৰণ সকলোৰে বিফলতা'
  • 'আসুৰিক শক্তি দমন হ’ব লাগিব, দোষীয়ে শাস্তি পাব লাগিব'
  • 'জুবিন গাৰ্গৰ ন্যায়ৰ বাবে বিশেষ আদালত প্রতিষ্ঠা হওক'
  • 'ন্যায়িক ব্যৱস্থা ক্ষিপ্রতৰ হওক' বুলি মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ
গৰিমা শইকীয়া গাৰ্গ