New Update
/asomiyapratidin/media/media_files/2025/09/27/web-ap-garima-2025-09-27-22-15-48.jpg)
- জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত পৰিয়ালৰ গোচৰ
- সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গে দাখিল কৰিলে এজাহাৰ
- মেইল যোগে CIDক এজাহাৰ দাখিল কৰে গৰিমা শইকীয়া গাৰ্গে
- এজাহাৰত স্বাক্ষৰ কৰে জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰে
- জুবিনৰ খুড়াক মনোজ বৰঠাকুৰেও স্বাক্ষৰ কৰে এজাহাৰত
- ছিংগাপুৰত জুবিনৰ সৈতে থকা সকলৰ বিৰুদ্ধে গোচৰ
- এজাহাৰত নাম উল্লেখ আছে শ্যামকানু মহন্ত, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ
- এজাহাৰত উল্লেখ আছে বিত্তীয় খেলি-মেলিৰ প্ৰসংগ
- এই পৰ্যন্ত ৰেজিষ্টাৰহোৱা নাই পৰিয়ালৰ গোচৰ
- ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত অকাল মৃত্যু হৈছিল জুবিন গাৰ্গৰ