পুনৰ সামাজিক মাধ্যমত গৰিমাৰ আৱেগিক পোষ্ট

পুনৰ আৱেগিক পোষ্টৰে গৰিমা শইকীয়াই লিখিলে বহু কথা-  দুখন বেলেগ জগতত থাকিও এক হৈ থাকো যেন আমি সদায়।

author-image
Asomiya Pratidin
New Update
new ap web 1 (27)

ডিজিটেল ডেস্কঃ  জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট দাখিললৈ  দুটা দিন বাকী। পুনৰ সামাজিক মাধ্যমত গৰিমাই লিখিলে আৱেগিক পোষ্ট। দিন চমু চপাৰ লগে লগে ৰাজ্যবাসীৰ মাজত বৃদ্ধি পাইছে উৎকণ্ঠা। মুখ্যমন্ত্ৰীয়ে এই ঘটনাক হত্যা বুলি অভিহিত কৰাৰ পাছত সমগ্ৰ ঘটনাক লৈ বৃদ্ধি পাইছে ৰহস্য। বহু প্ৰশ্ন আহি পৰিছে অসমবাসীৰ মনত।  

Why will no lawyer represent the accused in singer Zubeen Garg's death  case? The All Assam Lawyers' Association says 'It will be a historical  mistake and...' – Firstpost

উল্লেখ্য যে,  পুনৰ আৱেগিক পোষ্টৰে গৰিমা শইকীয়াই লিখিলে বহু কথা-  দুখন বেলেগ জগতত থাকিও এক হৈ থাকো যেন আমি সদায়। এয়াই একান্ত প্ৰাৰ্থনা... এয়াই সমৰ্পণ।

a68c3a3e-c70a-4692-a7e0-5d9caff9d323

এনেদৰেই গৰিমাই জুবিনক সুঁৱৰিছে। ইপিনে এই পোষ্টটোৱে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে।

700af7d2-40b1-4fee-86be-4f23d98b9ee0

জুবিন গৰিমা গাৰ্গ