" গোসাঁইগাঁৱত আৰক্ষীৰ অভিযানত গাঞ্জাসহ ৩ জনক গ্ৰেপ্তাৰ অভিযানত জব্দ প্ৰায় ১১ কিলোগ্ৰাম গাঞ্জা এখন স্কুটীত তিনিজনে লৈ আহিছিল গাঞ্জাখিনি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আনবোৰ খান, আমান আলী আৰু নুৰ ইছলামক "