Published on:
Updated on:
- গেংটকত পুনৰ লকডাউনৰ ঘোষনা ছিকিম চৰকাৰৰ ।
- কোৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে ছিকিমৰ ৰাজধানী গেংটকত পুনৰ লকডাউনৰ ঘোষনা।
- ২১ ছেপ্টেম্বৰৰ পৰা ২৭ ছেপ্টেম্বৰলৈ লকডাউন ঘোষনা কৰিছে ছিকিম চৰকাৰে ।
- গেংটকৰ পৌৰ নিগমৰ অঞ্চল অধীনত বলবৎ হ'ব এই লকডাউন ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in