" মহানগৰীৰ হেঙেৰাবাৰীত ভয়ংকৰ অগ্নিকাণ্ড। কালী মন্দিৰৰ সমীপত সংঘটিত এই ঘটনা। অগ্নিদগ্ধ হৈ মৃত্যু এজনৰ। দুখন বাইক আৰু এখন চাৰিচকীয়া বাহন জ্বলি ভস্মীভূত। অগ্নিকাণ্ডৰ কাৰণ জনা হোৱা নাই। মৃত্যু হোৱা লোকজনৰ নাম ধৰ্মেশ্বৰ বণিয়া। ভাৰাঘৰত কন্যা সন্তানৰ সৈতে আছিল বৃদ্ধ গৰাকী। "