জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ নামত ধন সংগ্ৰহ : চাৰিজনক আটক

জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ নামত ধন সংগ্ৰহৰ পেড ভাইৰেল। ঘটনা সন্দৰ্ভত চাৰিজনক আটক ভৱানীপুৰ আৰক্ষীৰ।

author-image
Asomiya Pratidin
New Update
335
  • জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ নামত ধন সংগ্ৰহৰ পেড ভাইৰেল।
  • ঘটনা সন্দৰ্ভত চাৰিজনক আটক ভৱানীপুৰ আৰক্ষীৰ।
  • ভৱানীপুৰ বিজেপি মণ্ডল সভাপতিৰ পেড জালিয়াতি কৰি ষড়যন্ত্ৰ ৰচিছিল আটাইকেইগৰাকীয়ে। 
  • অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত অভিযান।
  • ঘটনাটোৰ সৈতে জড়িত এজন পলাতক। 
  • মংগলবাৰে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে দহ হাজাৰ টকা ৰেষ্টুৰেণ্টৰ পৰা সংগ্ৰহ কৰাৰ অভিযোগ।
  • এই অভিযোগ উত্থাপন কৰিছিল বিজেপি মণ্ডল সভাপতি দিগন্ত চৌধুৰীয়ে। 
  • ইয়াৰ পিছতে মণ্ডল সভাপতি দিগন্ত চৌধুৰীয়ে দাখিল কৰিছিল ভৱানীপুৰ থানাত এজাহাৰ।
  • ইতিমধ্যে বজালী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
জুবিন গাৰ্গ