Advertisment

বৰাইৰ আলগা মধ্য ইংৰাজী বিদ্যালয়ত বিনামূলীয়া চকু চিকিৎসা শিবিৰ…

সীমান্তৱৰ্তী লোকৰ সুবিধাৰ বাবে বিদ্যালয়খনত এই শিবিৰৰ আয়োজন কৰা হোৱা বুলি উল্লেখ কৰে উদ্যোক্তাসকলে । বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক সকলৰ লগতে স্থানীয় ৰাইজেও চকু পৰীক্ষা কৰে শিবিৰটোত ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,মানকাচৰঃ মানকাচৰৰ বৰাইৰ আলগা মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত কৰা হয় বিনামূলীয়া চকু চিকিৎসা শিবিৰ।  ৪৫ নং বেটেলিয়ান বি এছ এফৰ উদ্যোগত অনুষ্ঠিত কৰা হয় উক্ত চকু চিকিৎসা শিবিৰ ।

Advertisment

৪৫ নং বেটেলিয়ান বি এছ এফৰ চি ই ও চন্দ্ৰ কান্ত উপাধ্যায়ে মুকলি কৰে চকু চিকিৎসা শিবিৰৰ।

সীমান্তৱৰ্তী লোকৰ সুবিধাৰ বাবে বিদ্যালয়খনত এই শিবিৰৰ আয়োজন কৰা হোৱা বুলি উল্লেখ কৰে উদ্যোক্তাসকলে । বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক সকলৰ লগতে স্থানীয় ৰাইজেও চকু পৰীক্ষা কৰে শিবিৰটোত ।

উল্লেযোগ্য যে প্ৰযোজন অনুসৰি ৰোগী সকলক ঔষধ বিতৰণৰ ব্যৱস্থাও কৰে উদ্যোক্তাসকলে ।

চকু চিকিৎসা শিবিৰ