বৰ্তমানৰ ভৱনৰ গৰিমা তথা ঐতিহ্য নতুনৰ সৈতে খাপ নাখায়ঃ মুখ্যমন্ত্ৰী

‘আজি অসমবাসীৰ বাবে এক ঐতিহাসিক দিন’ ‘বৰ্তমানৰ ভৱনৰ গৰিমা তথা ঐতিহ্য নতুনৰ সৈতে খাপ নাখায়ঃ মুখ্যমন্ত্ৰী

author-image
Asomiya Pratidin
New Update
JGYRTTSFDS
  • ৰংমহলত সংহত ন্যায়িক আদালত চৌহদৰ আধাৰশিলা স্থাপন অনুষ্ঠান
  • অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ
  • ভাষণত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ উল্লেখ মুখ্যমন্ত্ৰীৰ
  • ‘আজি অসমবাসীৰ বাবে এক ঐতিহাসিক দিন’
  • ‘বৰ্তমানৰ ভৱনৰ গৰিমা তথা ঐতিহ্য নতুনৰ সৈতে খাপ নাখায়’
  • ‘সন্দীপ মেহতাই অন্য স্থানলৈ নিয়াৰ কথা কৈছিল’
  • ‘সেই কথা মতেই সিদ্ধান্ত গ্রহণ কৰা হৈছে’
  • ‘আমি দেখুওৱা ৬-৭টা স্থানৰ ৰংমহলৰ স্থানটো উপযুক্ত বুলি কৈছিল সন্দীপ মেহতাই’
  • ‘সেয়ে আমি আন্তঃগাথনিৰ দিশেৰে উন্নত ন্যায়ালয় নিৰ্মাণৰ বাবে আগবাঢ়িছো’
  • ‘এই নিৰ্মাণকাৰ্যৰ বাবে ১৪৮বিঘা ভূমি অধিগ্রহণ কৰা হৈছে’
  • ‘ৰংমহলত স্থানীয় ৰাইজে আপত্তি নোহোৱাকৈ ভূমি হস্তান্তৰ কৰিছে’
  • ‘ন্যায়পালিকাৰ বাবে থকা শ্রদ্ধাৰ বাবে এইদৰে মাটি এৰি দিছে’
  • ‘এই প্রকল্পত ৩১টা আদালত কক্ষ থাকিব’
  • ‘অধিবক্তাসকলৰ বাবে থাকিব ৩০০টা কোঠা’
  • ‘২হাজাৰ অধিবক্তাই বহি কাম কৰিব পাৰিব’
  • ‘কামৰূপ আৰু কামৰূপ মহানগৰৰ মুঠ ৬৫খন চিভিল ক’ৰ্ট থাকিব’
  • ‘১০০০লোক বহিব পৰাকৈ থাকিব সভাকক্ষ’
  • ‘লগতে নিৰ্মাণ কৰা হ’ব চাৰিলেনযুক্ত পথ’
হিমন্ত বিশ্ব শৰ্মা