সদৌ অসম অনুসূচিত জাতি মহিলা ঐক্য মঞ্চৰ প্ৰতিষ্ঠা দিৱস

সদৌ অসম অনুসূচিত জাতি মহিলা ঐক্য মঞ্চৰ প্ৰতিষ্ঠা দিৱস। নগাঁও জিলা সমিতিৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-17 at 5.11.54 PM

 ডিজিটেল ডেস্কঃ সদৌ অসম অনুসূচিত জাতি মহিলা ঐক্য মঞ্চৰ প্ৰতিষ্ঠা দিৱস। নগাঁও জিলা সমিতিৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে এই বিশেষ অনুষ্ঠান আয়োজন কৰা পৰিলক্ষিত হয়। 

উল্লেখ্য যে প্ৰথম সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে বিশিষ্ট অভিনেত্ৰী চেতনা দাসক প্ৰথম দিনাৰ অনুষ্ঠানৰ মুকলি সভাৰ মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হয়। আনফালে  এই অনুষ্ঠানতে "চেনীমাই দাস বঁটা" প্ৰদান কৰে অসমৰ ভ্ৰাম্যমাণ জগতৰ বিশিষ্ট অভিনেত্ৰী চেতনা দাসক । 

অসম