New Update
/asomiyapratidin/media/media_files/2026/02/23/whatsapp-image-2026-2026-02-23-10-38-26.jpeg)
- ভাৰতৰ প্ৰাক্তন ৰে'লমন্ত্ৰী, TMC নেতা মুকুল ৰয়ৰ দেহাৱসান
- কলকাতাৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ প্রাক্তন মন্ত্ৰীগৰাকীয়ে
- হৃদৰোগত আক্ৰান্ত হৈ দেহাৱসান ঘটে প্রাক্তন মন্ত্ৰীগৰাকীৰ
- মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭১ বছৰ
- কিডনীকে ধৰি একাধিক ৰোগত আক্ৰান্ত হৈ আছিল মুকুল ৰয়
- বংগৰ ৰাজনীতিৰ চাণক্য হিচাপে জনাজাত আছিল মুকুল ৰয়
- মুকুল ৰায় এসময়ত তৃণমূল কংগ্ৰেছৰ ‘ছেকেণ্ড ইন কমাণ্ড’ হিচাপে পৰিচিত আছিল
- ১৯৯৮ চনত তৃণমূল কংগ্ৰেছ গঠন হোৱাৰ পাছত তেওঁ দলটোৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক হয়
- ৰাজ্যসভাৰ পৰাও সাংসদ হিচাপে নিৰ্বাচিত হয়
- মুকুল ৰায়ে ৰে’ল বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল
- ইয়াৰ লগতে তেওঁ কেন্দ্ৰীয় জাহাজ মন্ত্ৰালয়ৰ দায়িত্বতো আছিল
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/23/whatsapp-im-2026-02-23-10-38-58.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us