এৰিলে কংগ্ৰেছঃ বিজেপিত যোগদানৰো তাৰিখ ঠিক কৰিলে ভূপেন বৰাই!

 সমাগত ২০২৬ ৰ বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলত মোক্ষম আঘাত। কংগ্ৰেছ ত্যাগ কৰিলে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-16 at 9.18.17 AM

 ডিজিটেল ডেস্কঃ  সমাগত ২০২৬ ৰ বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলত মোক্ষম আঘাত। কংগ্ৰেছ ত্যাগ কৰিলে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই। মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ভূপেন বৰাই। ইপিনে ২০ ফ্ৰেব্ৰুৱাৰীত বিজেপিত যোগদান কৰাৰ সম্ভাৱনা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ। 

Bhupen Borah named new president of ...

উল্লেখ্য যে, কংগ্ৰেছ দল ত্যাগ কৰাৰ পeছতে এক্স হেণ্ডেলৰ পৰা ডিলিট কৰিলে নিজৰ কংগ্ৰেছৰ পদবী। ইপিনে ২০০৬চনৰ পৰা ২০১৬ চনলৈ বিহপুৰীয়া সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক আছিল ভূপেন বৰা। লগতে ২০২১ চনৰ ২৪ জুলাইত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে ভূপেন কুমাৰ বৰাক নিযুক্তি দিয়া হৈছিল। 

ভূপেন বৰা