New Update
/asomiyapratidin/media/media_files/2026/02/11/whatsapp-image-2026-0-2026-02-11-20-57-13.jpeg)
- অৱসৰপ্রাপ্ত বন বিষয়া ডালিম দাসৰ বাসগৃহত দুৰ্নীতি নিবাৰকৰ অভিযান
- আয়তকৈ অধিক সম্পত্তি থকাৰ অভিযোগত এই অভিযান
- দুৰ্নীতি নিবাৰক শাখাৰ ৭/২৫ নং গোচৰৰ ভিত্তিত চলিছে এই অভিযান
- অভিযানত ২,৭০,০০০ টকা নগদ ধন, দুটা সোণৰ মুদ্রা, ১৬টা ৰূপৰ মুদ্রা, ৰূপৰ টুকুৰা এটা জব্দ
- ডালিম দাসৰ হাউলিত আছে Royal Enfieldৰ শ্ব’ৰূম
- দিল্লীত আছে এটা ফ্লেট, গুৱাহাটীৰ নয়নপুৰত আছে G+2 এটা অট্টালিকা
- অভিযানত দলটোৱে জব্দ কৰে ৯খন বেংকৰ পাছবুক
- বন বিভাগৰ কাৰ্যালয়ৰ ছীল, বহু অৰ্থনৈতিক তথ্য সম্বলিত নথিপত্র জব্দ
- ইফালে মঙলবাৰে গুৱাহাটী ছয়মাইলত আন এজন অৱসৰপ্রাপ্ত বন বিষয়াৰ ঘৰত চলিছিল অভিযান
- বন বিষয়া আজগড় আলীৰ ঘৰত চলিছিল অভিযান
- আজগড় আলীৰ উত্তৰাখণ্ডৰ নাইনিতাল, দিল্লী, অসমৰ হোজাইত আছে কেইবাটাও ফ্লেট
- ২০১২ত চাকৰিৰ পৰা অৱসৰ লৈছিল আজগড় আলীয়ে
- আজগড় আলীৰ বাসগৃহৰ পৰা অভিযানকাৰী দলটোৱে জব্দ কৰে বহু অৰ্থনৈতিক নথি পত্র
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us