মুখ্য-পৃষ্ঠা ৰাষ্ট্ৰীয় কাৰাগাৰত ডাউডৰ ভাতৃক ৰাজকীয় আতিথ্য, নিলম্বিত মুম্বাইৰ ৫ আৰক্ষী কাৰাগাৰত ডাউডৰ ভাতৃক ৰাজকীয় আতিথ্য, নিলম্বিত মুম্বাইৰ ৫ আৰক্ষী asomiyapratidin 27 Oct 2018 11:21 IST Follow UsNew Updateকাৰাগাৰত ডাউড ইব্ৰাহিমৰ ভাতৃক ৰাজকীয় সা-সুবিধা প্ৰদান৷মুম্বাই আৰক্ষীৰ উপ-পৰিদৰ্শকসহ নিলম্বন ৫ আৰক্ষী কৰ্মী৷কাৰাগাৰৰ ভিতৰত ৰাজকীয় সা-সুবিধা প্ৰদান কৰিছিল ইকবাল কছৰক৷থানে কাৰাগাৰাত কয়দীৰ জীৱন কটাই আছে ডাউড ইব্ৰাহিমৰ ভাতৃয়ে৷আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক