New Update
/asomiyapratidin/media/media_files/2025/12/10/breaking-news-2025-12-10-17-15-50.jpg)
- মহানগৰীৰ খাৰঘুলিৰ জয়পুৰত ভয়ংকৰ ঘটনা
- ব্রহ্মপুত্রত সন্ধানহীন ৫জন লোক
- গা ধুবলৈ ৯জন লোক নামিছিল নৈত
- ৪জন লোকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্রেৰণ
- বৰ্তমানেও সন্ধানহীন আন এজন লোক
- ভক্তি কুটীৰ ভ্ৰমণৰ বাবে আহিছিল লোককেইজন
- দুদিন ধৰি ভক্তি কুটীৰত আছিল আটাইকেইজন লোক
- সন্ধানহীন লোকক বিচাৰি SDRFৰ অভিযান অব্যাহত
- সন্ধানহীন- উপেশ কুমাৰ, প্রতাপ, অভিজিৎ, সাগৰ, ৰৌণক চদক
- দিনৰ প্রায় ১১.৩০ বজাত সংঘটিত হৈছে এই ঘটনা
- সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us