জম্মু-কাশ্মীৰৰ ছোপিয়ানত নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ

জম্মু-কাশ্মীৰৰ ছোপিয়ানত নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ

author-image
asomiyapratidin
New Update
মহাৰাষ্ট্ৰৰ পুনেত বিধ্বংসী অগ্নিকাণ্ড

  • জম্মু-কাশ্মীৰৰ ছোপিয়ানত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰসবাদীৰ মাজত সংঘৰ্ষ।
  • বুধবাৰে সন্ধিয়া সংঘটিত হয় এই সংঘৰ্ষ।
  • দুয়ো পক্ষৰ মাজত অব্যাহত আছে প্ৰচণ্ড গুলিয়াগুলী।
  • ছোপিয়ানত সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰিছিল নিৰাপত্তাৰক্ষীয়ে।
  • তাৰ পিছতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীয়ে চলায় অভিযান।
  • নিৰাপত্তাৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে সন্ত্ৰাসবাদীয়ে।
  • তাৰ প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষীয়েও চালনা কৰে গুলী।