Published on:
Updated on:
- মহাৰাষ্ট্ৰৰ ভিৱান্দিৰ নাৰপলীত ভয়ংকৰ অগ্নিকাণ্ড।
- নাৰপলীৰ চন্দন পাৰ্কত থকা এটা কাৰখানাত সংঘটিত হয় অগ্নিকাণ্ড।
- নিমিষতে ভষ্মীভূত হৈ পৰে কাৰখানাটো।
- সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষে পৰে কাৰখানাটোত কৰ্মৰত ৩ জন শ্ৰমিকৰ।
- ২খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে নিৰ্বাপন কৰে জুই।
- চৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in