মুখ্য-পৃষ্ঠা ৰাষ্ট্ৰীয় কানপুৰৰ দাদা নগৰত ভয়ংকৰ অগ্নিকাণ্ড কানপুৰৰ দাদা নগৰত ভয়ংকৰ অগ্নিকাণ্ড asomiyapratidin 29 May 2019 17:52 IST Follow UsNew Updateকানপুৰৰ দাদা নগৰত ভয়ংকৰ অগ্নিকাণ্ড।এটা ফেক্টৰীত সংঘটিত হয় অগ্নিকাণ্ড।চৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ।ঘটনা স্থলীত উপস্থিত ২ খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী।অগ্নিকাণ্ডত আহত ২ জন লোক।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক