কানপুৰৰ দাদা নগৰত ভয়ংকৰ অগ্নিকাণ্ড

কানপুৰৰ দাদা নগৰত ভয়ংকৰ অগ্নিকাণ্ড
  • কানপুৰৰ দাদা নগৰত ভয়ংকৰ অগ্নিকাণ্ড।
  • এটা ফেক্টৰীত সংঘটিত হয় অগ্নিকাণ্ড।
  • চৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ।
  • ঘটনা স্থলীত উপস্থিত ২ খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী।
  • অগ্নিকাণ্ডত আহত ২ জন লোক।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in