বাক্সাৰ মনসাত অগ্নিকাণ্ডঃ অগ্নি নিৰ্বাপক বাহিনীৰ বিৰুদ্ধে বহু অভিযোগ স্থানীয় ৰাইজৰ

বাক্সাৰ মনসাত  শুকুৰবাৰে সংঘটিত হয় অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভস্মীভূত তিনিখন ব্যৱসায়ী প্ৰতিষ্ঠান। এই ঘটনাত প্ৰায় ১২ লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত।

author-image
Tushar Pratim
New Update
বাক্সাৰ মনসাত অগ্নিকাণ্ডঃ অগ্নি নিৰ্বাপক বাহিনীৰ বিৰুদ্ধে বহু অভিযোগ স্থানীয় ৰাইজৰ
  • বাক্সাৰ মনসাত  শুকুৰবাৰে সংঘটিত হয় অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডত ভস্মীভূত তিনিখন ব্যৱসায়ী প্ৰতিষ্ঠান।
  • এই ঘটনাত প্ৰায় ১২ লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত।
  • ৰঞ্জিত কলিতা, বিপুল পাঠকৰ দোকান আৰু লোহিত পাঠকৰ গেলামাল দোকানৰ এটা গুডাম ঘৰ ভস্মীভূত ।
  • ঘটনাক পিছতে অগ্নি নিৰ্বাপক বাহিনীৰ লোক পলমকৈ অহাৰ অভিযোগ।
  • ফলত অগ্নি নিৰ্বাপক বাহিনীৰ ওপৰত খৰ্গহস্ত স্থানীয় লোক।
  • জুই নিয়ন্ত্ৰণ কৰিবলৈ অহা অগ্নি নিৰ্বাপক বাহিনীৰ বাহনতো নাছিল পানী।
  • তাৰোপৰি বাহনৰ পানীৰ পাইপো আছিল ফুটা।
  • অগ্নিনিৰ্বাপক বাহিনীৰ লোকসকল সুৰামত্ত অৱস্থাত থকাৰো অভিযোগ।
  • বৈদ্যুতিক শ্বৰ্ট চাৰ্কিতৰ ফলতে এই অগ্নিকাণ্ডৰ সূত্ৰপাতৰ সংন্দেহ।
বাক্সা অগ্নিকাণ্ড