মাইবঙত বিধ্বংসী অগ্নিকাণ্ডঃ ভস্মীভূত ১৩ টাকৈ বাসগৃহ

ডিমা হাছাওৰ মাইবঙত সংঘটিত বিধংসী অগ্নিকাণ্ড। সুভাষ নগৰ অঞ্চলত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-03 at 6.24.15 PM
  • ডিমা হাছাওৰ মাইবঙত সংঘটিত বিধংসী অগ্নিকাণ্ড 
  • সুভাষ নগৰ অঞ্চলত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়
  • পুৱা প্ৰায় ৭বাজি ২৭ মিনিটত এই অগ্নিকাণ্ড সংঘটিত 
  • অগ্নিকাণ্ডত অঞ্চলটোৰ প্ৰায় ১৩ টাকৈ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
  • অগ্নিকাণ্ডত ভস্মীভূত কেইবা কোটি টকাৰ সা-সম্পত্তি
  •  ঘটনাত হতাহত হোৱা নাই কোনো লোক
  • ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনী
  • অগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপণ
  • শ্বৰ্ট চাৰ্কিটৰ ফলতেই জুইৰ সূত্ৰপাত ঘটাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে
  • তাৰ পাছতে কেইবাটাও গেছ চিলিণ্ডাৰ বিস্ফোৰণ হয় 

WhatsApp Image 2026-02-03 at 5.40.25 PM (1)

ডিমা হাছাও