অৰুণ জেটলীৰ নামেৰে নামাকৰণ কৰা হ’ব দিল্লীস্থিত ফিৰোজশ্বাহ কোটলা ক্ৰিকেট ষ্টেডিয়ামৰ…

  • দিল্লীস্থ ফিৰোজশ্বাহ কোটলা ক্ৰিকেট ষ্টেডিয়ামৰ নাম অৰুণ জেটলী ষ্টেডিয়ামৰ নামেৰে নামাকৰণ কৰা হ'ব।
  • ডি ডি চি এ-য়ে গ্ৰহণ কৰে এই সিদ্ধান্ত।
  • উল্লেখ্য যে, সদ্যপ্ৰয়াত প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলী আছিল ডি ডি চি এৰ অধ্যক্ষ।
  • বৰ্তমানৰ ডি ডি চি এৰ অধ্যক্ষ ৰজত শৰ্মাই জনাই যে,
  • 'অৰুণ জেটলীৰ সহায়-সহযোগিতাৰ বাবেই বিৰাট কোহলী, বীৰেন্দ্ৰ শ্বেহৱাগ, গৌতম গম্ভীৰৰ দৰে খেলুৱৈসকলে দেশক গৌৰাৱান্বিত কৰিছে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in