New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/big-news-face.jpg)
- মহানগৰীত চাঞ্চল্যকৰ ডকাইতি কাণ্ড।
- ফাঁচী বজাৰস্থিত ফেডাৰেল বেংকৰ সন্মুখত সংঘটিত হৈছে এই ডকাইতি কাণ্ড।
- ডকাইতে লুটি নিলে ফেডাৰেল বেংকৰ নগদ ৪০ লাখ টকা।
- ৰিজাৰ্ভ বেংকলৈ নিয়াৰ সময়তে লুটি নিয়ে ডকাইতৰ দলে।
- প্ৰত্যক্ষদৰ্ক্ষীৰ মতে,দুখন পালচাৰ বাইকত আহিছিল ৪ দুৰ্বৃত্ত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us