অব্যাহত প্ৰতিবাদঃ গীত গাই হোলী উদযাপন প্ৰতিবাদকাৰী কৃষকৰ…VIDEO

অব্যাহত প্ৰতিবাদঃ গীত গাই হোলী উদযাপন প্ৰতিবাদকাৰী কৃষকৰ…VIDEO

author-image
asomiyapratidin
New Update
অব্যাহত প্ৰতিবাদঃ গীত গাই হোলী উদযাপন প্ৰতিবাদকাৰী কৃষকৰ…VIDEO

ডিজিটেল ডেস্কঃ নতুন তিনিখন কৃষি আইনৰ বিৰুদ্ধে যোৱা কেইবামাহ ধৰি প্ৰতিবাদ অব্যাহত ৰাখিছে কৃষকসকলে। যোৱা প্ৰায় ১২৩দিন ধৰি দিল্লীৰ সীমান্ত এলেকাসমূহত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে প্ৰতিবাদকাৰীসকলে। তাৰমাজতে সোমবাৰে হোলী উদযাপন কৰে প্ৰতিবাদী কৃষকসকলে।

Advertisment


— ANI (@ANI) March 29, 2021

গীত গাই, নৃত্য কৰি অতি আনন্দৰে হোলী উদযাপন কৰিছে তেওঁলোকে। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, সাংবাদিকৰ আগত প্ৰতিবাদী কৃষকে কয়- আমি চৰকাৰক আমাৰ দাবী সমূহ মানি লোৱা আৰু এই কৃষি আইন তিনিখন বাতিল কৰাৰ দাবী জনাইছো। যাতে আমি পুনৰ ঘৰলৈ উভতি যাব পাৰো।