Published on:
Updated on:
- পুৰীত ফেনীয়ে লৈছে ভয়ংকৰ ৰূপ।
- ২০০ কিঃমিঃ বেগত বলিছে বতাহ।
- বতাহৰ লগতে আহিছে ধাৰাসাৰ বৰষুণ।
- বিভিন্ন স্থানত বিস্তৰ ক্ষয়ক্ষতি হৈছে এই বতাহ-বৰষুণত।
- পুৰী চহৰ জনশূন্য হৈ পৰিছে।
- প্ৰশাসনৰ নিৰ্দেশ অনুসৰি ঘৰতে সোমাই আছে পুৰীবাসী।
Code:
Asomiya Pratidin
www.asomiyapratidin.in